ছুৰা আবাসা, পবিত্ৰ কোৰআনৰ 80 নম্বৰ অধ্যায়, 42টি আয়াতসহ এটি মক্কী ছুৰা।
ৰাছুল ছাল্লাল্লাহু আলাইহি অছাল্লামৰ মুখত ক্ৰোধৰ প্ৰভাৱ অনুভূত হৈছিল আৰু তেওঁ মুখ খন আনফালে উভতাই লৈছিল।