ছুৰা আল-মায়িদা, পবিত্ৰ কোৰআনৰ 5 নম্বৰ অধ্যায়, 120টি আয়াতসহ এটি মাদানী ছুৰা।
হে ঈমান্দাৰসকল! তোমালোকে সেই সকলো প্ৰতিশ্ৰুতি পুৰণ কৰা যিবোৰ তোমালোকে স্ৰষ্টাৰ লগত কৰিছা আৰু যিবোৰ মানুহৰ লগত কৰিছা। আৰু আল্লাহে তোমালোকৰ প্ৰতি কৃপা কৰি তোমালোকৰ বাবে চতুষ্পদ জন্তু হালাল কৰিছে (উট, গৰু, ছাগলী ইত্যাদি) কিন্তু কিছুমান জন্তু হাৰাম, যাৰ বৰ্ণনা আগলৈ কৰা হব। হজ্জ তথা উমৰাৰ ইহৰামৰ পিছত স্থলৰ জন্তু চিকাৰ কৰাও…