ছুৰা আত-তাকাসুর

ছুৰা আত-তাকাসুর, পবিত্ৰ কোৰআনৰ 102 নম্বৰ অধ্যায়, 8টি আয়াতসহ এটি মক্কী ছুৰা।

হে মানৱ, তোমালোকৰ ধন, সন্তানৰ অহংকাৰে আল্লাহৰ ইবাদতৰ পৰা অমনোযোগী কৰি তুলিছে।