ছুৰা ত্বহা

ছুৰা ত্বহা, পবিত্ৰ কোৰআনৰ 20 নম্বৰ অধ্যায়, 135টি আয়াতসহ এটি মক্কী ছুৰা।

আমি আপোনাৰ প্ৰতি কোৰআন অৱতীৰ্ণ কৰি ইয়াক কষ্টৰ কাৰণ বনাব বিচৰা নাই যে, আপোনাৰ সম্প্ৰদায়ে আপোনাৰ প্ৰতি ঈমান পোষণ নকৰিব, ফলত আপুনি দুশ্চিন্তাত ভাগি পৰিব।