ছুৰা আল-মাউন

ছুৰা আল-মাউন, পবিত্ৰ কোৰআনৰ 107 নম্বৰ অধ্যায়, 7টি আয়াতসহ এটি মক্কী ছুৰা।

আপুনি সেইজনক চিনি পায়নে, যিয়ে ক্বিয়ামতৰ দিনা ভাল- বেয়া পৰিণাম দিয়াক অস্বীকাৰ কৰে?