ছুৰা আল-আহকাফ, পবিত্ৰ কোৰআনৰ 46 নম্বৰ অধ্যায়, 35টি আয়াতসহ এটি মক্কী ছুৰা।
আকাশমণ্ডল, পৃথিৱী আৰু এই দুয়োৰে মাজত থকা গোটেই বস্তুবোৰ আমি অনৰ্থক সৃষ্টি কৰা নাই। বৰং সেইবোৰক আমি সত্য সহকাৰে সৃষ্টি কৰিছোঁ তথা গুৰুত্বপূৰ্ণ হিকমতসহ সৃষ্টি কৰিছোঁ। তাৰে এটা হিকমত হৈছে এই যে, যাতে বান্দাসকলে ইয়াৰ মাধ্যমত নিজ প্ৰতিপালকক চিনিব পাৰে আৰু তেওঁৰ ইবাদত কৰে, লগতে তেওঁৰ সৈতে যাতে কাকো অংশীদাৰ স্থাপন নকৰে। তথা…