ছুৰা আল-কাউসার

ছুৰা আল-কাউসার, পবিত্ৰ কোৰআনৰ 108 নম্বৰ অধ্যায়, 3টি আয়াতসহ এটি মক্কী ছুৰা।

হে ৰাছুল, আমি আপোনাক প্ৰচুৰ কল্যাণ প্ৰদান কৰিছো। তাৰ মাজৰ এটা অন্যতম হৈছে জান্নাতৰ নদী আল-কাউছাৰ।