ছুৰা নূহ

ছুৰা নূহ, পবিত্ৰ কোৰআনৰ 71 নম্বৰ অধ্যায়, 28টি আয়াতসহ এটি মক্কী ছুৰা।

আমি নূহ আলাইহিছ ছালামক তেওঁৰ সম্প্ৰদায়ৰ প্ৰতি প্ৰেৰণ কৰিছিলো যাতে তেওঁ মানুহক আল্লাহৰ ফালে আহ্বান কৰে। শ্বিৰ্কৰ ফলত যন্ত্ৰণাদায়ক শাস্তি অহাৰ পূৰ্বেই তেওঁ যেন সিহঁতক সতৰ্ক কৰি দিয়ে।