ছুৰা আল-মুমিনুন

ছুৰা আল-মুমিনুন, পবিত্ৰ কোৰআনৰ 23 নম্বৰ অধ্যায়, 118টি আয়াতসহ এটি মক্কী ছুৰা।

আল্লাহৰ প্ৰতি ঈমান পোষণকাৰী মুমিনসকল তথা তেওঁৰ চৰীয়তৰ প্ৰতি আমলকাৰী লোকসকল, নিজৰ মনোকামনা পূৰণত আৰু তেওঁলোকে ভয় কৰা বস্তুৰ পৰা মুক্তি লাভ কৰাৰ ক্ষেত্ৰত সফলতা অৰ্জন কৰিছে।