ছুৰা আল-মুজাদালা, পবিত্ৰ কোৰআনৰ 58 নম্বৰ অধ্যায়, 22টি আয়াতসহ এটি মাদানী ছুৰা।
হে ৰাছুল! আল্লাহ তাআলাই নিশ্চয় সেই নাৰী (অৰ্থাৎ খাওলা বিনতে ছা'লাবা)ৰ কথা শুনিছে যিয়ে তাইৰ স্বামী (অৰ্থাৎ আউছ বিন ছাবিত)ৰ বিষয়ে আপোনাৰ লগত বাদানুবাদ কৰি আছিল, যেতিয়া তাইৰ স্বামীয়ে তাইৰ লগত যিহাৰ কৰিছিল। আৰু তাইৰ স্বামীয়ে যি কৰিছে সেই বিষয়ে আল্লাহৰ ওচৰত ফৰিয়াদ কৰি আছিল। আৰু আল্লাহে তোমালোক দুয়োৰে কথোপকথন শুনি আছিল। সেই…