ছুৰা আল-ফাতহ, পবিত্ৰ কোৰআনৰ 48 নম্বৰ অধ্যায়, 29টি আয়াতসহ এটি মাদানী ছুৰা।
হে ৰাছুল! নিশ্চয় আমি আপোনাক হুদাইবিয়াৰ সন্ধিৰূপে এটা স্পষ্ট বিজয় প্ৰদান কৰিছোঁ।