ছুৰা আল-মাআরিজ

ছুৰা আল-মাআরিজ, পবিত্ৰ কোৰআনৰ 70 নম্বৰ অধ্যায়, 44টি আয়াতসহ এটি মক্কী ছুৰা।

মুশ্বৰিক বিলাকৰ মাজৰ এজন ব্যক্তিয়ে স্বয়ং নিজৰ বাবে আৰু নিজ জাতিৰ বিৰুদ্ধে উপহাস স্বৰূপে শাস্তি বিচাৰিছিল। অথচ সেই শাস্তি ক্বিয়ামতৰ দিনা আহিবই।