ছুৰা আত-তীন

ছুৰা আত-তীন, পবিত্ৰ কোৰআনৰ 95 নম্বৰ অধ্যায়, 8টি আয়াতসহ এটি মক্কী ছুৰা।

আল্লাহে তীন আৰু তাৰ উত্পত্তি স্থানৰ শপত কৰিছে লগতে যায়তুন তথা ফিলিস্তিনৰ ভূমি, য'ত ঈছা আলাইহিছ ছালামক প্ৰৰণ কৰা হৈছিল।