ছুৰা আল-ইসরা

ছুৰা আল-ইসরা, পবিত্ৰ কোৰআনৰ 17 নম্বৰ অধ্যায়, 111টি আয়াতসহ এটি মক্কী ছুৰা।

আল্লাহ পৱিত্ৰ আৰু মহান, কাৰণ তেওঁ সেই সকলো কাম কৰিবলৈ সক্ষম যিবোৰ আন কোনেও কৰিব নোৱাৰে। তেৱেঁই তেওঁৰ বান্দা মুহাম্মদক ৰাতিৰ এটা ভাগত ৰূহৰ লগতে সশৰীৰে জাগ্ৰত অৱস্থাত সন্মানিত মছজিদৰ পৰা বাইতুল মাকদিছলৈ লৈ গৈছিল, যাৰ চাৰিওফালে আমি ফল-মূল, খেতি-পথাৰ আৰু নবীসকলৰ গৃহৰ দ্বাৰা বৰকত প্ৰদান কৰিছিলো। যাতে তেওঁ আল্লাহৰ ক্ষমতা…