ছুৰা আত-তাহরিম, পবিত্ৰ কোৰআনৰ 66 নম্বৰ অধ্যায়, 12টি আয়াতসহ এটি মাদানী ছুৰা।
হে ৰাছুল! আপুনি আপোনাৰ দাসী মাৰিয়াৰ লগত উপকৃত হোৱাক নিজৰ ওপৰত কিয় হাৰাম কৰে, যিটো আল্লাহে আপোনাৰ বাবে হালাল কৰিছে। ইয়াৰ জৰিয়তে আপুনি আপোনাৰ স্ত্ৰীসকলৰ সন্তুষ্টি বিচাৰে নেকি যে, মাৰিয়াৰ ওচৰত গমন কৰিলে সিহঁতৰ আত্মসন্মানত আঘাত হানে? অথচ আল্লাহে আপোনাক ক্ষমা কৰিব আৰু আপোনাৰ প্ৰতি দয়া কৰিব।