ছুৰা আল-আনফাল

ছুৰা আল-আনফাল, পবিত্ৰ কোৰআনৰ 8 নম্বৰ অধ্যায়, 75টি আয়াতসহ এটি মাদানী ছুৰা।

হে ৰাছুল! আপোনাৰ সঙ্গীসকলে আপোনাক সুধে যে, যুদ্ধলব্ধ সম্পদ কেনেকৈ বন্টন কৰা হ'ব? আৰু কোনসকল লোকৰ মাজত বন্টন কৰা হ'ব? হে ৰাছুল!