ছুৰা আল-হাশর

ছুৰা আল-হাশর, পবিত্ৰ কোৰআনৰ 59 নম্বৰ অধ্যায়, 24টি আয়াতসহ এটি মাদানী ছুৰা।

আকাশমণ্ডল আৰু পৃথিৱীত যি আছে সকলোৱে আল্লাহৰ মহত্ব বৰ্ণনা কৰে আৰু সেই সকলো বস্তুৰ পৰা তেওঁৰ পৱিত্ৰতাৰ গুণ গান গায়, যিটো তেওঁৰ মৰ্যদাৰ অনুৰূপ নহয়। তেওঁ প্ৰভুত্বশালী, তেওঁৰ প্ৰতি কাৰো যোৰ নচলে। তেওঁ ৰচনা, চৰীয়ত প্ৰণয়ন আৰু নিৰ্ণয়ত প্ৰজ্ঞাময়।