ছুৰা আল-হুমাযাহ, পবিত্ৰ কোৰআনৰ 104 নম্বৰ অধ্যায়, 9টি আয়াতসহ এটি মক্কী ছুৰা।
বিনাশ আৰু কঠোৰ শাস্তি সেই সকল লোকৰ বাবে, যিসকলে মানুহৰ বহুত পৰিমাণে পৰচৰ্চা কৰে আৰু সিহঁতক গৰিহণা দি ফুৰে।