ছুৰা আস-সাজদা

ছুৰা আস-সাজদা, পবিত্ৰ কোৰআনৰ 32 নম্বৰ অধ্যায়, 30টি আয়াতসহ এটি মক্কী ছুৰা।

মুহাম্মদ চাল্লাল্লাহু আলাইহি অছাল্লামে লৈ অহা এই কোৰআনখন, বিশ্বজগতৰ প্ৰতিপালকৰ ফালৰ পৰা তেওঁৰ ওপৰত অৱতীৰ্ণ কৰা হৈছে। ইয়াত কোনো সন্দেহ নাই।