ছুৰা মারইয়াম, পবিত্ৰ কোৰআনৰ 19 নম্বৰ অধ্যায়, 98টি আয়াতসহ এটি মক্কী ছুৰা।
এইটো যাকাৰিয়্যা আলাইহিচ্ছালামৰ প্ৰতি আপোনাৰ প্ৰতিপালকৰ ৰহমতৰ বৰ্ণনা। আমি আপোনাৰ সন্মুখত এই বৰ্ণনা উপদেশ তথা শিক্ষা লাভৰ উদ্দেশ্যে পাঠ কৰি আছোঁ।