ছুৰা আত-তূর, পবিত্ৰ কোৰআনৰ 52 নম্বৰ অধ্যায়, 49টি আয়াতসহ এটি মক্কী ছুৰা।
আল্লাহে সেই পৰ্বতৰ শপত খাইছে, যি পৰ্বতৰ ওপৰত মুছা আলাইহিচ্ছালামে আল্লাহৰ সৈতে কথা পাতিছিল।