ছুৰা আল-গাশিয়াহ, পবিত্ৰ কোৰআনৰ 88 নম্বৰ অধ্যায়, 26টি আয়াতসহ এটি মক্কী ছুৰা।
হে নবী! আপোনাৰ ওচৰত সেই ক্বিয়ামতৰ খবৰ আহি পাইছেনে, যাৰ ভয় মানুহৰ প্ৰতি আৱৰি ধৰিব?