ছুৰা আশ-শারহ, পবিত্ৰ কোৰআনৰ 94 নম্বৰ অধ্যায়, 8টি আয়াতসহ এটি মক্কী ছুৰা।
নিশ্চয় আমি আপোনাৰ বাবে আপোনাৰ বুকু প্ৰশস্ত কৰি দিছোঁ আৰু অহী গ্ৰহণক আপোনাৰ বাবে প্ৰিয় বনাই দিছোঁ।