ছুৰা আয-যালযালাহ

ছুৰা আয-যালযালাহ, পবিত্ৰ কোৰআনৰ 99 নম্বৰ অধ্যায়, 8টি আয়াতসহ এটি মাদানী ছুৰা।

যেতিয়া ক্বিয়ামতৰ দিনা পৃথৱীক অতি প্ৰবল ভাৱে কপোৱা হব।