ছুৰা আল-মাসাদ

ছুৰা আল-মাসাদ, পবিত্ৰ কোৰআনৰ 111 নম্বৰ অধ্যায়, 5টি আয়াতসহ এটি মক্কী ছুৰা।

নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ খুড়া আবু লাহাব বিন আব্দুল মুত্তালিবৰ দুয়ো হাত ক্ষতিগ্ৰস্ত কাৰণ তাৰ আমল নিকৃষ্ট, আৰু তাৰ সকলো প্ৰচেষ্টা বিফল হৈছে। যেতিয়া সি নবী চাল্লাল্লাহু আলাইহি অছাল্লামক কষ্ট দিব বিচাৰিছিল।