ছুৰা আন-নাবা, পবিত্ৰ কোৰআনৰ 78 নম্বৰ অধ্যায়, 40টি আয়াতসহ এটি মক্কী ছুৰা।
আল্লাহৰ ৰাছুল ছাল্লাল্লাহু আলাইহি অছাল্লামক পঠোৱাৰ পিছতো মুশ্বৰিক সকলে পৰস্পৰে কোনটো বস্তুৰ বিষয়ে সোধ-পোচ কৰি আছে।