ছুৰা আন-নাহল, পবিত্ৰ কোৰআনৰ 16 নম্বৰ অধ্যায়, 128টি আয়াতসহ এটি মক্কী ছুৰা।
হে কাফিৰসকল! আল্লাহে তোমালোকক শাস্তি প্ৰদানৰ যি সিদ্ধান্ত লৈছে, সেই সময়টো অতি সন্নিকট হৈ পৰিছে। এতেকে নিৰ্ধাৰিত সময়ৰ আগতে সেইটোক পোৱাৰ বাবে খৰধৰ নকৰিবা। মুশ্বৰিকসকলৰ অংশীস্থাপনৰ পৰা আল্লাহ তাআলা অতি পৱিত্ৰ।