ছুৰা আল-বাকারা

ছুৰা আল-বাকারা, পবিত্ৰ কোৰআনৰ 2 নম্বৰ অধ্যায়, 286টি আয়াতসহ এটি মাদানী ছুৰা।

আলিফ লাম মীম, এইবোৰ সেইসমূহ আখৰ, যিবোৰৰ দ্বাৰা কিছুমান ছুৰা আৰম্ভ হৈছে। এইবোৰ কিছুমান বৰ্ণমালা, পৃথকভাৱে ব্যৱহাৰ হলে ইয়াৰ কোনো অৰ্থ নহয়। যেনে- (আলিফ, বা, তা ইত্যাদি)। কিন্তু ইয়াত এইটো নিৰৰ্থক নহয়। কিয়নো কোৰআনত এনেকুৱা বস্তু নাই যিটো প্ৰজ্ঞাহীন। ইয়াৰ এটা প্ৰমূখ প্ৰজ্ঞা হৈছে কোৰআনৰ জৰিয়তে চেলেঞ্জ কৰা যে, এইবোৰ আখৰৰ…