ছুৰা আল-মুদ্দাসসির, পবিত্ৰ কোৰআনৰ 74 নম্বৰ অধ্যায়, 56টি আয়াতসহ এটি মক্কী ছুৰা।
হে বস্ত্ৰাবৃত ব্যক্তি, অৰ্থাৎ হে নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম।