ছুৰা ইউনুস

ছুৰা ইউনুস, পবিত্ৰ কোৰআনৰ 10 নম্বৰ অধ্যায়, 109টি আয়াতসহ এটি মক্কী ছুৰা।

(আলিফ-লাম-ৰা) এনেকুৱা আখৰৰ বিষয়ে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাত তিলাৱত কৰা এই আয়াতসমূহ হৈছে সুদৃঢ় আৰু মজবুত কোৰআনৰ আয়াত, যিবোৰ হিকমত আৰু বিধান আধাৰিত।