ছুৰা আল-আম্বিয়া, পবিত্ৰ কোৰআনৰ 21 নম্বৰ অধ্যায়, 112টি আয়াতসহ এটি মক্কী ছুৰা।
কিয়ামতৰ দিনা হ'বলগীয়া মানুহৰ হিচাপ-নিকাচৰ সময় অতি ক্ষীপ্ৰতাৰে নিকটৱৰ্ত্তী হৈছে। তথাপিও মানুহে অৱহেলাত লিপ্ত হৈ আছে, আৰু আখিৰাতৰ পৰা বিমুখ হৈ পৃথিৱীকলৈ ব্যস্ত হৈ আছে।