ছুৰা আন-নাসর, পবিত্ৰ কোৰআনৰ 110 নম্বৰ অধ্যায়, 3টি আয়াতসহ এটি মাদানী ছুৰা।
হে ৰাছুল! যেতিয়া আপোনাৰ দ্বীনৰ বাবে আল্লাহৰ সহায় আহি যাব, আৰু মক্কা বিজয় হৈ যাব।