ছুৰা আন-নাস, পবিত্ৰ কোৰআনৰ 114 নম্বৰ অধ্যায়, 6টি আয়াতসহ এটি মক্কী ছুৰা।
হে ৰাছুল কৈ দিয়ক, মই মানুহৰ প্ৰতিপালকক মজবুতকৈ ধৰোঁ। আৰু তেওঁৰ আশ্ৰয় বিচাৰোঁ।