ছুৰা আল-ফীল, পবিত্ৰ কোৰআনৰ 105 নম্বৰ অধ্যায়, 5টি আয়াতসহ এটি মক্কী ছুৰা।
হে ৰাছুল, আপুনি নাজানে নেকি আপোনাৰ প্ৰতিপালকে আবৰাহা আৰু তাৰ হাতী অধিপতি সৈন্যৰ সৈতে কি কৰিছিল, যেতিয়া সিহঁতে কাবা ঘৰ ভাঙিবলৈ সংকল্প কৰিছিল।