ছুৰা আল-কাদর, পবিত্ৰ কোৰআনৰ 97 নম্বৰ অধ্যায়, 5টি আয়াতসহ এটি মক্কী ছুৰা।
নিশ্চয় আমি কোৰআনখন এবাৰতে পৃথিৱীৰ আকাশত অৱতীৰ্ণ কৰিছো, যিদৰে ৰমজান মাহৰ সন্মানিত ৰাতিত (লাইলাতুল ক্বদৰত) নবী চাল্লাল্লাহু আলাইহি অছাল্লামৰ ওপৰত অৱতীৰ্ণ কৰা আৰম্ভ কৰিছোঁ।