ছুৰা আত-তাওবা, পবিত্ৰ কোৰআনৰ 9 নম্বৰ অধ্যায়, 129টি আয়াতসহ এটি মাদানী ছুৰা।
এইটো আল্লাহ আৰু তেওঁৰ ৰাছুলৰ ফালৰ পৰা সেই সন্ধিৰ সমাপ্তি ঘোষণা, হে মুছলিমসকল! যিটো তোমালোকে আৰব দ্বীপৰ মুশ্বৰিকসকলৰ লগত স্থাপন কৰিছিলা।