ছুৰা আল-মুযযাম্মিল

ছুৰা আল-মুযযাম্মিল, পবিত্ৰ কোৰআনৰ 73 নম্বৰ অধ্যায়, 20টি আয়াতসহ এটি মক্কী ছুৰা।

হে বস্ত্ৰাবৃত ব্যক্তি, অৰ্থাৎ হে নবী ছাল্লাল্লাহু আলাইহি অছাল্লাম।