ছুৰা আল-জাসিয়া, পবিত্ৰ কোৰআনৰ 45 নম্বৰ অধ্যায়, 37টি আয়াতসহ এটি মক্কী ছুৰা।
নিশ্চয় মুমিনসকলৰ বাবে আকাশমণ্ডল আৰু পৃথিৱীত আল্লাহৰ ক্ষমতা আৰু তেওঁৰ তাওহীদৰ অসংখ্য প্ৰমাণ আছে। কাৰণ তেওঁলোকেই নিদৰ্শন আদিৰ পৰা শিক্ষা গ্ৰহণ কৰে।