ছুৰা ইউসুফ

ছুৰা ইউসুফ, পবিত্ৰ কোৰআনৰ 12 নম্বৰ অধ্যায়, 111টি আয়াতসহ এটি মক্কী ছুৰা।

(আলিফ-লাম-ৰা) এইটো আৰু এই ধৰণৰ আখৰ সম্পৰ্কে ছুৰা আল-বাক্বাৰাৰ আৰম্ভণিত আলোচনা কৰা হৈছে। এই ছুৰাত অৱতীৰ্ণ আয়াতসমূহ হৈছে সুস্পষ্ট কোৰআনৰ আয়াত।